খাদ্যৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ শ্ৰীলংকাত ‘অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা’

pc WION

খাদ্যৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ শ্ৰীলংকাত ‘অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা’

অনলাইন বাৰ্ত্তাসেৱা – শ্ৰীলংকাত টকাৰ মূল্য যথেষ্ট হ্ৰাস হোৱাৰ ফলত খাদ্যৰ মূল্য বৃদ্ধি হোৱাৰ ফলস্বৰূপে ‘অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা’ ঘোষণা কৰা হয়। এই বছৰ আমেৰিকান ডলাৰৰ বিপৰীতে শ্ৰীলংকাৰ টকাৰ মূল্য ৭.৫% হ্ৰাস পাইছে। ‘অৰ্থনৈতিক জৰুৰীকালীন’ কৰ্তৃপক্ষক চাউল আৰু চেনীৰ দৰে মুখ্য খাদ্যৰ নিয়ন্ত্ৰণৰ বাবে তথা মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে মূল্য নিৰ্ধাৰণ কৰিবলৈ ক্ষমতা প্ৰদান কৰে।

(UD.)