প্ৰধানমন্ত্ৰীয়ে ২০০১ চনৰ সংসদ আক্ৰমণত শ্বহীদ হোৱা নিৰাপত্তা কৰ্মচাৰীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

PcTimes ofIndia

প্ৰধানমন্ত্ৰীয়ে ২০০১ চনৰ সংসদ আক্ৰমণত শ্বহীদ হোৱা নিৰাপত্তা কৰ্মচাৰীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ২০০১ চনৰ সংসদ আক্ৰমণৰ সময়ত কৰ্তব্যৰত অৱস্থাত শ্বহীদ হোৱা নিৰাপত্তাকৰ্মী সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয়, “ৰাষ্ট্ৰৰ প্ৰতি তেওঁলোকৰ সেৱা আৰু সৰ্বোচ্চ ত্যাগে প্ৰতিজন নাগৰিকক অনুপ্ৰাণিত কৰি আহিছে।” ২০০১ চনৰ ১৩ ডিচেম্বৰত পাঁচজন সন্ত্ৰাসবাদীয়ে সংসদত আক্ৰমণ কৰাৰ পিছত আঠজন সুৰক্ষা কৰ্মী শ্বহীদ হৈছিল।