‘পুষ্পা’য়ে বিশ্বব্যাপী ৩০০ কোটি উপাৰ্জন কৰে

Pc. The Indian Nation

‘পুষ্পা’য়ে বিশ্বব্যাপী ৩০০ কোটি উপাৰ্জন কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  আল্লু অৰ্জুন অভিনীত ‘পুষ্পা: দ্য ৰাইজ’ ছবিখনে ২০২১ চনত বিশ্বব্যাপী বক্স অফিচত ৩০০ কোটিতকৈও অধিক উপাৰ্জন কৰাৰ পিছত ভাৰতৰ আটাইতকৈ বৃহৎ উপাৰ্জনকাৰী ছবি হৈ পৰিছে। তেলেগু ভাষাৰ একচন-ড্ৰামা চলচ্চিত্ৰখন মালায়ালম, তামিল, কানাড়া আৰু হিন্দী ভাষাত ডাব কৰা সংস্কৰণৰ সৈতে ও মুকলি কৰা হৈছিল।  বাতৰি অনুসৰি ‘ পুষ্পা: দ্য ৰাইজ’য়ে হিন্দীত ৭০ কোটিতকৈও অধিক উপাৰ্জন কৰিব বুলি আশা কৰা হৈছে।