নীতিন গাডকাৰীৰ বিধানসভা নিৰ্বাচনত বিজেপিক ভোট দিয়া লোকসকলক ধন্যবাদ জ্ঞাপন

pc. deccan herald

নীতিন গাডকাৰীৰ বিধানসভা নিৰ্বাচনত বিজেপিক ভোট দিয়া লোকসকলক ধন্যবাদ জ্ঞাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  বিজেপিয়ে বিধানসভা নিৰ্বাচনত শাসন কৰা চাৰিওখন ৰাজ্য বজাই ৰখাৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে গেৰুৱা দলৰ সপক্ষে ভোট দিয়াৰ বাবে ভোটাৰ সকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয়, “বিজেপিয়ে যি সফলতা অৰ্জন কৰিছে সেয়া প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এই ৰাজ্যসমূহত কৰা কামৰ বাবে।এই বিজয়ৰ জৰিয়তে মানুহে তেওঁলোকৰ সমৰ্থন জনাইছে।”