দলং ভাগি মৃত্যু হোৱা লোকৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী পেটেলৰ সাহায্য ঘোষণা

Pc Times of india

দলং ভাগি মৃত্যু হোৱা লোকৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী পেটেলৰ সাহায্য ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা–  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে গুজৰাটৰ মৰবি জিলাত ওলোমা দলং ভাগি মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য ঘোষণা কৰে। একে সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ সিং পেটেলে মৃতকৰ আত্মীয়ক ৪ লাখ টকাকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰাৰ বিপৰীতে আহতসকলৰ বাবে ৫০ হাজাৰ টকাকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।