তাপসী অভিনীত মিতালীৰ জীৱনীমূলক ছবি ‘শাবাশ মিথু’ ৪ ফেব্ৰুৱাৰীত মুক্তি পাব

Pc Jhalak.com

তাপসী অভিনীত মিতালীৰ জীৱনীমূলক ছবি ‘শাবাশ মিথু’ ৪ ফেব্ৰুৱাৰীত মুক্তি পাব

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় ক্ৰিকেটাৰ মিতালী ৰাজৰ ওপৰত নিৰ্মিত বায়োপিক তাপসী পান্নু অভিনীত ‘শাবাশ মিথু’ ২০২২ চনৰ ৪ ফেব্ৰুৱাৰীত নাট্যৰূপে মুক্তি পাব বুলি নিৰ্মাতাসকলে ঘোষণা কৰে। মুক্তিৰ তাৰিখ মিতালীৰ জন্মদিন উপলক্ষে শ্বেয়াৰ কৰা হৈছিল।”Cannot express how grateful and excited I am to wake up to this amazing news. Kudos to everyone involved in the making of #ShabaashMithu,”  মিতালীয়ে টুইট কৰে।