ডাব্লিউডাব্লিউইৰ প্ৰাক্তন মল্লযোদ্ধা দ্য গ্ৰেট খালীৰ বিজেপিত যোগদান

ডাব্লিউডাব্লিউইৰ প্ৰাক্তন মল্লযোদ্ধা দ্য গ্ৰেট খালীৰ বিজেপিত যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা– ডাব্লিউডাব্লিউইৰ প্ৰাক্তন মল্লযোদ্ধা দ্য গ্ৰেট খালী, যাৰ প্ৰকৃত নাম দলিপ সিং ৰাণা, নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত বিজেপিত যোগদান কৰে। তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিং আৰু কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ উপস্থিতিত দলটোত যোগদান কৰিছিল।