টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে ‘সুমিত নাগালে’

pc USOpen

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতীয় টেনিছ খেলুৱৈ সুমিত নাগালে পুৰুষৰ একক শ্ৰেণীত প্ৰত্যাহাৰৰ ভিত্তিত আগন্তুক টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে। অল ইণ্ডিয়া টেনিছ এছ’চিয়েশ্যনৰ (এ.আই.টি.এ.) মহাসচিব অনিল ধুপাৰে কয়, “হয়, তেওঁ যোগ্যতা অৰ্জন কৰিছে কিন্তু আমি ইতিমধ্যে প্ৰক্ৰিয়াটোত থকা বহুতো বিষয়ৰ ওপৰত লক্ষ্য় ৰাখিব লাগিব।” নাগাল বৰ্তমানৰ এ.টি.পি. ৰেংকিঙৰ ১৫৪তম স্থান দখল কৰি আছে।

(UD.)