চলচ্চিত্ৰ নিৰ্মাতা আৰু বিখ্যাৎ কাৰ্টুনিষ্ট ‘গৌতম বেনেগাল’ৰ ৫৫ বছৰ বয়সত মৃত্যু

pc Firstpost

অনলাইন বাৰ্ত্তাসেৱা – চলচ্চিত্ৰ নিৰ্মাতা, লেখক, কাৰ্টুনিষ্ট আৰু শিল্পী গৌতম বেনেগালৰ ৫৫ বছৰ বয়সৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। কলকাতাত জন্মগ্ৰহণ কৰা গৌতমে ২০১০ চনত শ্ৰেষ্ঠ এনিমেশ্বন ছবি ‘দ্য প্ৰিন্স এণ্ড দ্য ক্ৰাউন অব্ ষ্টোন’ৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। গৌতমক কিংবদন্তী চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰয়ে ১৬ বছৰ বয়সতে শিশু আলোচনী ‘সন্দেশ’ৰ বাবে বৰ্ণনা আৰু লিখনীৰ বাবে আমন্ত্ৰণ জনাইছিল।

(UD.)