জলবায়ুৰ গুৰুত্বপূৰ্ণ আধা ডিগ্রী উষ্ণতা- ড০ ৰাস্না ৰাজখোৱা

Pc Nasa Climate Change

জলবায়ুৰ গুৰুত্বপূৰ্ণ আধা ডিগ্রী উষ্ণতা

2015 চলত মেৰিচত – স্বাক্ষৰিত হোলা চুক্তিত সকলো দেশে তেওঁলোকৰ দেশৰ কাৰ্বন নির্গমন কমোৱাৰ আৰু গোলকীয় উষ্ণতাৰ 24 ছেলচিয়াছ (3.6 ফাৰেনহাইট) উচ্চসীমাত সীমাৱদ্ধ কৰাটো প্ৰতিশ্ৰুতি দিছিল। ভবা হৈছিল, এই চুক্তিখলেই জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা গ্রহণ কৰিয়। কিন্তু বহুত দেশে তেওঁলোকৰ লক্ষ্যৰ ওচৰত সৰাজয় স্বীকাৰ কৰিলে।

শেহতীয়াকৈ আই সি চি চিয়ে (Intergovernmental Panel on Climate Change-IPCC) প্রতিবেদন দাখিল কৰি দেখুৱাইছে যে অদূৰ ভৱিষ্যতে জলবায়ুৰ কাৰণে হ’ব পৰা ভয়াৱহ ঘটনাবোৰ এৰাই চলিব পাৰি, যদিহে উষ্ণতা বৃদ্ধিৰ পৰিমাণ 2° ছেলিচয়াছৰ পৰিৱৰ্ত্তে 1.50 ছেচিয়াছত সীমাবদ্ধ কৰি ৰাখিব পাৰি।

কেৱল মাত্র আধা ডিগ্রী (0.5″)ৰ সাৰ্থক্যই নিৰ্ণয় কৰিব উত্তৰ মেৰু তাৰ মুক্ত দহ বছৰত হ’ব নে এশ বছৰত হ’ব; প্রবাল দ্বীপ প্রায় সম্পূর্ণ নোহোৱা হখি সে শতকৰা 30% থাকিব; বিশ্বৰ এক তৃতীয়াংশ মানুহ চৰম তাস তৰংগৰ মুখামুখী হ’ব নে এক দশমাংশ মানুহ হ’ব?

এই বিকল্প ভবিষ্যতৰ কথা 2018 চনৰ অক্টোবৰৰ দ্বিতীয় সপ্তাহত জলবায়ু পরিবর্তনব আরঃচৰকাৰী দলৰ (Intergovernmental Panel) প্রতিবেদন উপস্থাপন কৰিছে নিয়ে তিনিবছৰৰ আগতে ঐতিহাসিক পেৰিচ চুক্তিত অনুমোদন জনোৱা 2100 চনলৈকে নিস্তাবিত প্রাক উদ্যোগিক সময়তকৈ 2°ফেলচিয়াছ উচ্চতা বৃদ্ধিৰ সৰিৱৰ্তে 1.5″ খেলিচয়াহুলৈ উষ্ণতা বৃদ্ধি সীমাবদ্ধ কৰিব পাৰিখে সাধান্য পরিবর্তন সমূহৰ কথা উল্ল্যখ কৰিছে। এই প্রতিবেদনে বন্ধ দুৱাৰখন খুলি দিচ্ছে জনসাৰণৰ ওচৰত, কোনটো ভবিষ্যত তেওঁলোকে বিচাৰে নির্ণয় কৰিবলৈ।

উপযুক্ত জগবায়ুৰ অভাৱে আষাত কৰিছে

তাপঃ গড় উষ্ণতা বৃদ্ধিৰ লগত প্ৰায়ে উদ্ভৱ হোৱা তাস তৰংগৰ লগত উষ্ণতাৰ স্মষ্ট সম্পর্ক আছে। যেতিয়া তাস তৰংগৰ উদ্ভব হয়, তেতিয়া তাৰ পৰিণাম কিমাল ৰণাত্মক সেয়া জলজল সটপট। অধ্যয়নটোয়ে ইতিমধ্যে দেখুৱাইছে গোলকীয় উষ্ণীতৱনৰ চিহ্ন হিচাপে বৰ্তমানৰ জলবায়ুত মুখ্য ভাস তৰংগৰ ফলত গোলকীয় গড়তকৈ অতি উত্তীয় দিন দ্রুতভাৱে বৃদ্ধি পাইছে। জলবায়ু আৰ্হি ব্যৱহাৰ কৰি নতুন অধ্যয়নটোত উল্ল্যেখ কৰিছে বিশ্বৰ কিমান জনসাধৰণ তাদ তৰংগৰ মুখামুখীৰ পৰিৱৰ্তন কৰিব পাৰি। সংখ্যাটো বৃদ্ধি হ’ব 10% ৰ তলৰ পৰা 50% আবাসীলৈ, যদি 1.5″ উষ্ণতা বৃদ্ধি হয়, আৰু 2″ বৃদ্ধি হলে 70%তকৈ বেছি হ’ব।

পৰিবেশ ভক্তঃ উচ্চতা বৃদ্ধি আৰু মহাসাগৰৰ দাদী এচিডযুক্ত হোৱাৰ কাৰণে ইতিমধ্যে বিগত বছৰ কেইটাত প্রবাল দ্বীপ ক্ষতিগ্রস্ত হৈছে, বিনসক হৈছে। দ্বীপটোৰ এটা অন্ধকাৰ ভৱিষ্যত প্ৰতিফলিত হৈছে, য’ত জলবায়ুৰ 2° ছেলচিয়াছ উষ্ণতা বৃদ্ধিয়ে বৰ্তমানৰ দ্বীপটোৰ 99% নোহোৱা কৰিব, কিন্তু 1.5″ খেলচিয়াছ উষ্ণতা বৃদ্ধিত দ্বীপটো অলপ হ’লেও ৰক্ষা পৰিব। ভাৰ ক্ষতিৰ গৰিমাণ হ’ব 70% আৰু 90% ৰ মাজত। অন্য জীৱ জন্তুৱে সিহঁতৰ আবাস ভূমি হেৰুৱাব।1.5° ছেলচিয়াদৰ পৰিৱৰ্তে 2° ছেলচিয়াদ উচ্চতা বৃদ্ধিত জলবায়ু উপযোগী আবাস স্কুল মেৰুদণ্ডী আৰু উদ্ভিদে হেৰুৱাৰ পৰিমাণ প্রায় দূরূণ হ’ব আৰু ভিনিগুণ হ’ব অমেৰুদণ্ডী প্রাণীৰ ক্ষেত্ৰত।

উৱৰ মেৰুঃ গোটেই গ্রহাটো উষ্ণতাৰ তুলনাত উত্তৰ মেৰুৰ উচ্চতা বৃদ্ধিৰ হাৰ ইতিমধ্যে প্রায় দুগুণ, যাৰ ফলত স্থায়ী তুষাৰৰ গলন হৈছে আৰু সাগৰৰ বৰফ ধীৰে ধীৰে গলিছে। 1.5″ দেলচিয়াদৰ পৰা 2″ ছেলচিয়াদৰ অৰ্থ অতিৰিক্ত 1.5° নিযুভৰ পৰা 2.5 নিযুক্ত বর্গ কিলোমিটাৰ স্বায়ী ভূষাৰ লগ্ন হোৱা। 1.5° ছেলচিয়াছৰ সৰা 2″ দেলচিয়াছৰ অৰ্থ উত্তৰ মহাসাগৰৰ প্ৰতি 100 বছৰত মুক্ত হ’ব লগা বৰফ প্রতি 10 বছৰত মুক্ত হ’ব।

আহাৰ আৰু পানীঃ উষ্ণতা বৃদ্ধিয়ে মানুহে নিৰ্ভৰ কৰা পানী আৰু খাদ্যলৈও সংকট কঢ়িয়াই আনিছে। 2° চেলচিয়াছ উষ্ণতা বৃদ্ধি হ’লে, সাগৰত মাছ ধৰা দুগুণলৈ কমি যাব, পানীৰ সংকটত পৰিব মানুহ আৰু মাকৈ, ধান, চু উৎপন্নৰ হাৰ যথেষ্ঠ কমি যাব।

ড০ ৰাস্না ৰাজখোৱা
জামুগুৰিহাট, শোণিতপুৰ, অসম-784180
ফোন নং–9854492326