জনসংযোগ সঞ্চালকালয়ত বিভাজন বিভীষিকা স্মৃতি দিৱস পালনৰ আয়োজন

Pc Northeast Assam

জনসংযোগ সঞ্চালকালয়ত বিভাজন বিভীষিকা স্মৃতি দিৱস পালনৰ আয়োজন

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  জনসংযোগ সঞ্চালকালয়ত ১৪ আগষ্টত বিভাজন বিভীষিকা স্মৃতি দিৱস উপলক্ষে এখনি আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে৷ সঞ্চালকালয়ৰ সভাগৃহত বিয়লি ৩.০০ বজাত এই আলোচনাচক্ৰ অনুষ্ঠিত হ’ব৷ অনুষ্ঠানত সঞ্চালকালয়ৰ বিষয়া-কৰ্মচাৰীৰ লগতে কেইবাগৰাকীও আমন্ত্ৰিত অতিথিয়ে অংশগ্ৰহণ কৰিব৷