চৰকাৰে তৎপৰতাৰে বিধেয়কখন আগবঢ়াইছে: কেৰালাৰ সাংসদ 

Pc the indian express

চৰকাৰে তৎপৰতাৰে বিধেয়কখন আগবঢ়াইছে: কেৰালাৰ সাংসদ 

ৰঙিলী বাৰ্ত্তাসেৱা-  লোকসভাৰ সাংসদ এন কে প্ৰেমচন্দ্ৰনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ লিখা পত্ৰত লিখিছে, চৰকাৰে আলোচনা অবিহনে বিধেয়কসমূহ তৎপৰতাৰে আগবঢ়াইছে আৰু বিদ্যমান আইনসমূহৰ বাৰে বাৰে সংশোধনৰ ওপৰত টুকুৰাটুকুৰা কৈ আগবাঢ়িছে। কেৰালাৰ কোল্লামৰ সাংসদজনে কৈছিল যে চৰকাৰে বিতং আলোচনা কৰিবলৈ সক্ৰিয় হোৱা উচিত আৰু বিৰোধীৰ পৰা ইতিবাচক পৰামৰ্শ গ্ৰহণ কৰা উচিত।