চৰকাৰে আন্তৰ্জাতিক আগমনৰ বাবে নতুন নিৰ্দেশনা জাৰী কৰিছে

Pc.MInt

চৰকাৰে আন্তৰ্জাতিক আগমনৰ বাবে নতুন নিৰ্দেশনা জাৰী কৰিছে

ৰঙিলী বাৰ্ত্তাসেৱা- চৰকাৰে আন্তৰ্জাতিক আগমনৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি, ৭দিনৰ বাধ্যতামূলক হোম কোৱাৰণ্টাইন এতিয়া বাতিল কৰা হৈছে আৰু যাত্ৰীসকলক আগমনৰ ১৪দিন নিজকে নিৰীক্ষণ কৰাৰ পৰামৰ্শ দিছে। যদি স্ব-স্বাস্থ্য নিৰীক্ষণৰ অধীনত থকা যাত্ৰীসকলে কোভিড-১৯ৰ চিহ্ন আৰু লক্ষণ বিকশিত কৰে, তেওঁলোকে লগে লগে আইশ্ব’লেচন হ’ব আৰু তেওঁলোকৰ নিকটতম স্বাস্থ্য কেন্দ্ৰলৈ প্ৰতিবেদন দিব বা ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ (১০৭৫)ৰাজ্যিক হেল্পলাইন নম্বৰত ফোন কৰিব।”