চীনত দেখা গৈছে মানুহৰ দেহত সংক্ৰমন হোৱা H10N3 বাৰ্ড ফ্লুৰ প্ৰথমটো ঘটনা

pc OpIndia

অনলাইন বাৰ্ত্তাসেৱা – চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে (এন এইচ চিয়ে) মঙলবাৰে চীনৰ পূব প্ৰদেশ জিয়াংচুত এজন ৪১ বছৰীয়া ব্যক্তিৰ শৰীৰত H10N3 বাৰ্ড ফ্লুৰ সংক্ৰমন ধৰা পৰাৰ কথা প্ৰকাশ কৰে। ইয়াকে মানুহৰ শৰীৰত প্ৰথম সংক্ৰমনৰ ঘটনা বুলি নিশ্চিত কৰা হৈছে।

এন এইচ চিয়ে এক বিবৃতিত কয় যে ঝেনজিয়াং চহৰৰ বাসিন্দা লোকজনক জ্বৰ আৰু অন্যান্য লক্ষণ বিকশিত হোৱাৰ পিছত ২৮ এপ্ৰিলত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।