গুজৰাটে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত ৩৫লাখ কোভিড ভেকছিনপালি প্ৰদান

pc- the indian express

গুজৰাটে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত ৩৫লাখ কোভিড ভেকছিনপালি প্ৰদান

অনলাইন বাৰ্ত্তাসেৱা- গুজৰাটৰ স্বাস্থ্য বিভাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ তম জন্মদিন উপলক্ষে ৩৫ লাখ কোভিড-১৯ ভেকছিনৰ পালি প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে। বৃহৎ টিকাকৰণ অভিযানৰ অংশ হিচাপে, ৰাজ্যখনে এদিনতে ১,৬০০ খন গাওঁ সামৰি লোৱাৰ পৰিকল্পনা কৰিছে। গুজৰাটত এতিয়ালৈকে প্ৰায় ৩,৮৬,৫৮,৮৫৬ জন হিতাধিকাৰীয়ে প্ৰথম ভেকছিন পালি লাভ কৰিছে।

 

(RT)