‘গণপথ’ চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ টাইগাৰ শ্ৰফ আৰু কৃতি চাননে লণ্ডনত কৰিব

Pc-Pinkvilla

‘গণপথ’ চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ টাইগাৰ শ্ৰফ আৰু কৃতি চাননে লণ্ডনত কৰিব

ৰঙিলী বাৰ্ত্তাসেৱা- টাইগাৰ শ্ৰফ আৰু কৃতি চাননে তেওঁলোকৰ আহিবলগীয়া ছবি ‘গণপথ’ৰ দৃশ্যগ্ৰহণ লণ্ডনত কৰিব।তেওঁলোক দৃশ্যগ্ৰহণৰ বাবে লণ্ডনলৈ গৈছে।  দুয়োজনে ‘হিৰোপান্তি’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰাৰ পিছত পুনৰ একেলগে ডাঙৰ পৰ্দাত  অভিনয় কৰিব। বিকাশ বহেলে চিনেমাখন পৰিচালনা কৰিব। ছবিখন পূজা এণ্টাৰটেইনমেণ্টৰ দ্বাৰা প্ৰযোজনা কৰা হ’ব।