খেলৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেছবল ষ্টেডিয়ামৰ বাহিৰত গুলীচালনা, কমেও ৪ জন আহত

pc Hindustan Times

অনলাইন বাৰ্ত্তাসেৱা – ৱাশ্বিংটন নেচনেলছ আৰু চান ডিয়েগো পাদ্ৰেছৰ মাজত চলি থকা খেলৰ মাজতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিৰ নেচনেলচ পাৰ্ক বেছবল ষ্টেডিয়ামৰ বাহিৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। গুলীচালনাত কমেও চাৰিজন লোক আহত হোৱা বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে। ঘটনাটোৰ বাবে বৰ্তমান খেলখন স্থগিত ৰখা হৈছিল।

(UD.)