কোভিড-১৯ প্ৰত্যাহ্বান এতিয়াও শেষ হোৱা নাইঃ স্বাস্থ্য মন্ত্ৰালয়ে 

Pc- Paho

কোভিড-১৯  প্ৰত্যাহ্বান এতিয়াও শেষ হোৱা নাইঃ স্বাস্থ্য মন্ত্ৰালয়ে 

অনলাইন বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এক সংবাদমেলত কয় কোভিড-১৯ প্ৰত্যাহ্বান এতিয়াও শেষ হোৱা নাই। মন্ত্ৰালয়ে লগতে কয় “যদিও দেশৰ সামগ্ৰিক পৰিস্থিতি উন্নত হৈছে, কেৰালা, মহাৰাষ্ট্ৰ, তামিলনাডু, মিজোৰাম আৰু কৰ্ণাটকত এতিয়াও উচ্চ সক্ৰিয় কেছ লোড আছে”। স্বাস্থ্য মন্ত্ৰালয়ে কয়, “দ্বিতীয় ঢৌ টো শেষ হোৱা নাই আৰু আমাৰ জিলা এতিয়াও ৰেড জোনত আছে।” কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কয় যে ৬ অক্টোবৰত দেশত প্ৰদান কৰা একত্ৰিত কোভিড-১৯ ভেকছিনৰ পালি ৯২.৬০ কোটি অতিক্ৰম কৰে।