কেৰালাত নতুনকৈ কৰʼনাত সংক্ৰমিত প্ৰায় ৩০ হেজাৰ লোক

pc- Business Standard

কেৰালাত নতুনকৈ কৰʼনাত সংক্ৰমিত প্ৰায় ৩০ হেজাৰ লোক

অনলাইন বাৰ্ত্তাসেৱা- কেৰালাত নতুনকৈ ২৯,৮৩৬ জন লোক কৰʼনাত সংক্ৰমিত হয়। ৰাজ্যখনত বৰ্তমান চিকিৎসাধীন অৱস্থাত ২,১২,৫৬৬ জন ৰোগী আছে। ৰাজ্য চৰকাৰে এক বিজ্ঞপ্তিত কয় যে ৰাজ্যখনত শনিবাৰৰ পৰা ২২,০৮৮ জন লোক সংক্ৰমনৰ পৰা সুস্থ হৈ উঠিছে।ৰাজ্যখনত সংক্ৰমনৰ মুঠ সুস্থ হৈ উঠিছে ৩৭,৭৩,৭৫৪ জন লোক।

 

(RT)