ভাৰতত ২৪ ঘণ্টাত নতুনকৈ কৰʼনাত আক্ৰান্ত ৪২ হেজাৰ লোক   

pc- Rediffmail

ভাৰতত ২৪ ঘণ্টাত নতুনকৈ কৰʼনাত আক্ৰান্ত ৪২ হেজাৰ লোক   

অনলাইন বাৰ্তাসেৱা- ভাৰতত ২৪ ঘণ্টাত নতুনকৈ কৰʼনাত আক্ৰান্ত  হৈছে ৪২,৯০৯ জন লোক।কৰʼনা সংক্ৰমনৰ পৰা সুস্থ হৈ উঠিছে ৩৪,৭৬৩ জন লোক। দেশত এতিয়ালৈ কৰʼনা সংক্ৰমনৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা ৩,১৯,২৩,৪০৫ জন। দেশত কৰʼনাত সংক্ৰমিত হৈ চিকিৎসাধীন অৱস্থাত আছে ৩,৭৬,৩২৪ জন লোক। ভাৰতত ২৪ ঘণ্টাত মৃত্যু হৈ ৩৮০ জন লোকৰ।

 

(RT)