কামৰূপ মহানগৰ জিলাত ৫ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা

কামৰূপ মহানগৰ জিলাত ৫ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- দীপাৱলী উপলক্ষে কামৰূপ মহানগৰ জিলাত ৫ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা।কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই স্থানীয় বন্ধ ঘোষণা কৰিছে।বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, বিত্তীয় প্ৰতিষ্ঠান।পৰীক্ষা বা আন অত্যাৱশ্যকীয় সেৱাক এই বন্ধই সামৰি নলয়।দীপাৱলী উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা।নিৰ্ধাৰিত সময়তে ফুটাব পাৰিব ফটকা।ফটকা,বোমা ফুটোৱাত কঠোৰ হ’ব প্ৰশাসন।