কমনৱেলথ গেমছৰ পেৰা পাৱাৰলিফটিংত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক জয়

Pc News 18

কমনৱেলথ গেমছৰ পেৰা পাৱাৰলিফটিংত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক জয়

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ ২৭ বছৰীয়া পেৰা পাৱাৰলিফ্টাৰ সুধীৰে পুৰুষৰ হেভিৱেট শাখাত সোণৰ পদক অৰ্জন কৰে।কমনৱেলথ গেমছৰ ইতিহাসত পেৰা পাৱাৰলিফটিংত ই ভাৰতৰ প্ৰথম স্বৰ্ণ পদক। সুধীৰৰ সৰ্বশ্ৰেষ্ঠ লিফ্ট আছিল ২১২ কিলোগ্ৰাম আৰু তেওঁ ফাইনেলত ১৩৪.৫ পইণ্টৰ সৈতে শেষ কৰিছিল, আৰু কমনৱেলথ গেমছত ৰেকৰ্ড অভিলেখ গঢ়িছিল।