এফআইএইচ মহিলা প্ৰ হকী লীগত স্পেইনৰ বিৰুদ্ধে ভাৰতৰ ৩-৪ গ’লত পৰাজয়

pc theindian Express

এফআইএইচ মহিলা প্ৰ হকী লীগত স্পেইনৰ বিৰুদ্ধে ভাৰতৰ ৩-৪ গ’লত পৰাজয়

ৰঙিলী বাৰ্ত্তাসেৱা-  দেওবাৰে ভূৱনেশ্বৰৰ কলিঙ্গ ষ্টেডিয়ামত ভাৰতে এফআইএইচ মহিলা প্ৰ হকী লীগৰ দ্বিতীয় পৰ্যায়ত স্পেইনৰ হাতত ৩-৪ ব্যৱধানত পৰাজিত হয়। প্ৰতিযোগিতাখনত এইটো ভাৰতৰ মহিলা দলটোৰ প্ৰথম পৰাজয়। নবাগত সঙ্গীতা কুমাৰী (১০’), চেলিমা টেটে (২২’) আৰু নমিতা টপ্পো (৪৯’) ভাৰতৰ হৈ গ’ল কৰে।