এছিয়ান চেম্পিয়নছ ট্ৰফীত অপেনাৰত দক্ষিণ কোৰিয়াৰ সৈতে ভাৰত ২-২ গ’লত ড্ৰ

PC THe Quint

এছিয়ান চেম্পিয়নছ ট্ৰফীত অপেনাৰত দক্ষিণ কোৰিয়াৰ সৈতে ভাৰত ২-২ গ’লত ড্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী ভাৰতে  বাংলাদেশত অনুষ্ঠিত এছিয়ান চেম্পিয়নছ ট্ৰফী পুৰুষ হকী টুৰ্ণামেণ্টৰ উদ্বোধনী খেলখনত দক্ষিণ কোৰিয়াৰ লগত  ২-২ গ’লত ড্ৰ’ হৈছিল। ভাৰতে ললিত উপাধ্যায় আৰু উপ-অধিনায়ক হৰমনপ্ৰীত সিঙৰ জৰিয়তে ২-০ ৰ অগ্ৰগতি লাভ কৰাৰ পূৰ্বে কোৰিয়াই ৪২ আৰু ৪৬ মিনিটত গ’ল দিও আগবাঢ়িছিল।