উৰিষ্যাৰ এখন বিদ্যালয় কন্টেইনমেন্ট ক্ষেত্ৰ হিচাপে ঘোষণা 

pc-The New Indian Express

উৰিষ্যাৰ এখন বিদ্যালয় কন্টেইনমেন্ট ক্ষেত্ৰ হিচাপে ঘোষণা 

ৰঙিলী বাৰ্ত্তাসেৱা-  উৰিষ্যাৰ ময়ূৰভঞ্জ জিলাৰ এখন চৰকাৰী আৱাসিক বিদ্যালয়ৰ কমেও ২৬ গৰাকী ছাত্ৰীয়ে কোভিডত পজিটিভ হৈছে বুলি বিষয়াসকলে কয়। তদুপৰি, আন ১৫ জন শিক্ষাৰ্থীৰ স্বাবৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। এজন বিষয়াৰ মতে, বিদ্যালয়খনক কন্টেইনমেন্ট ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে আৰু সকলো পজিটিভ শিক্ষাৰ্থীক বিদ্যালয়খনত এককভাৱে ৰখা হৈছে।