উত্তৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী ৰংনাথ মিশ্ৰ পুনৰ বিজেপিলৈ

P.cThe Indian Express

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী ৰংনাথ মিশ্ৰ পুনৰ বিজেপিলৈ

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০০৭-২০১২ বৰ্ষৰ পৰা মায়াৱতী নেতৃত্বাধীন বিএছপি চৰকাৰত মাধ্যমিক শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী ৰংনাথ মিশ্ৰাই বিজেপিত যোগদান কৰে। চাৰিবাৰ আইন প্ৰণেতা হোৱা মিশ্ৰ প্ৰথমবাৰৰ বাবে ১৯৯৩ চনত বিজেপিৰ টিকটত বিধায়ক হৈছিল। ২০০৫ চনত, তেওঁ বিএছপিলৈ সলনি হয়। অৱশ্যে তেওঁ ২০১২ আৰু ২০১৭ চনৰ শেষৰ দুটা নিৰ্বাচনত পৰাজিত হৈছিল।