উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী খতিমা আসনৰ পৰা পৰাজিত 

pc DNA india

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী খতিমা আসনৰ পৰা পৰাজিত 

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী ৰাজ্যিক নিৰ্বাচনত খাটিমা বিধানসভা আসনৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী ভুৱন চন্দ্ৰ কাপৰিৰ হাতত পৰাজিত হৈছে।  বিজেপি ৰাজ্যখনৰ ৪৫ খন বিধানসভাত আগবাঢ়ি আছে আৰু তিনিখনত বিজয় লাভ কৰিছে। ইফালে, কংগ্ৰেছ ১৬ খন বিধানসভাত আগবাঢ়ি আছে আৰু এতিয়ালৈকে দুখন আসন লাভ কৰিছে।