আস্থা ভোটৰ পূৰ্বে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ উদ্ধৱ থাকৰেৰ

আস্থা ভোটৰ পূৰ্বে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ উদ্ধৱ থাকৰেৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ ৰাজনৈতিক সংকটৰ মাজতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে উদ্ধৱ থাকৰে। বৃহস্পতিবাৰে উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰক বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ কোৱাৰ পিছতে উচ্চতম ন্যায়ালয়ে ৰাজ্যৰ ৰাজ্যপাল বি এছ কোছিয়াৰীয়ে নিৰ্দেশ দিয়া আস্থা ভোট স্থগিত ৰখাৰ বাবে শিৱসেনাৰ আবেদন নাকচ কৰাৰ পিছতে উদ্ধৱ থাকৰে পদত্যাগ কৰে।