আলিয়া ভট্টৰ ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ ৬জানুৱাৰী, ২০২২ তাৰিখে ছবিগৃহত মুক্তি পাব

pc East Coast Daily English

আলিয়া ভট্টৰ ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ ৬জানুৱাৰী, ২০২২ তাৰিখে ছবিগৃহত মুক্তি পাব

অনলাইন বাৰ্ত্তাসেৱা- আলিয়া ভট্টৰ ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ অহা বছৰৰ আৰম্ভণিতে ছবিগৃহত মুক্তি পাব। সঞ্জয় লীলা ভাঞ্চালীৰ দ্বাৰা পৰিচালিত ছবিখন ৬ জানুৱাৰীত মুক্তি পাব। মুক্তিৰ তাৰিখ ঘোষণা কৰাৰ সময়ত আলিয়াই লিখিছিল, “Bringing to you a part of my heart & soul।” ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ আগতে ৩০ জুলাই, ২০২১ তাৰিখে মুক্তি পোৱাৰ কথা আছিল, অৱশ্যে, কোভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌৰ বাবে পিছুৱাই দিয়া হৈছিল।