আমেৰিকা যুক্তৰাষ্ট্ৰত বিধ্বংসী ধূলিৰ ধুমুহা

pc-PBS( images are used only for representation purpose)

আমেৰিকা যুক্তৰাষ্ট্ৰত বিধ্বংসী ধূলিৰ ধুমুহা

অনলাইন বাৰ্ত্তাসেৱা– আমেৰিকা যুক্তৰাষ্ট্ৰৰ উতাহত হোৱা ধূলিৰ ধুমুহাৰ ফলত ২২ খনকৈ গাড়ী পৰস্পৰক খুন্দা মৰাৰ ফলত ৮ জন লোক নিহত হয়। এই নিহতসকলৰ ভিতৰত চাৰিটাশিশু থকা বুলি সংবাদ মাধ্যমে সদৰী কৰে। ধুমুহাৰ বাবে ঘটা এই ঘটনাত ১০ জন লোক আহত হয়। এই আহত হোৱা লোক সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

(R.T)