টকিঅ’ অলিম্পিকঃমহিলা হকীত ইংলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হ’ল ভাৰত

pcx-thehindu

অনলাইন বাৰ্ত্তাসেৱা- টকিঅ’ অলিম্পিকৰ মহিলা হকীত খেলত পৰাস্ত হ’ল ভাৰত।ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা দল পৰাস্ত হৈছে।১-৪ ব্যৱধানত পৰাস্ত হৈছে ভাৰতীয় মহিলা দলটো।ভাৰতৰ হৈ একমাত্ৰ গ’লটো কৰিবলৈ সক্ষম হয় শৰ্মিলা দেৱীয়ে।