আন্তৰিক – মানসী মিশ্ৰ

pc the cut

আন্তৰিক 

মোৰ ভালপোৱা বোৰ

সৌ উপচি পৰা আকাশৰ জোনাকৰ দৰে

আৰু ভাল লগা বোৰ ঠিক

মোৰ হৃদয়ৰ শব্দ কেইটাৰ দৰেই

আৰু তোমাৰ হৃদয়ৰ উত্তাপৰ দৰে

এৰা… ভাল লগা  আৰু ভালপোৱাৰো

দাম আছে, জানানে কিমান?

ঠিক আকাশৰ সমান সেই দাম

কিজানিবা

আকাশ উপচি  পৰা সেই জোনাকৰ সমান

মানসী মিশ্ৰ