আজিৰ ৰাশিফল

Pc The Howler

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি পুহ মাহৰ ১০ তাৰিখ ৰবিবাৰ , ইংৰাজী ২৬ ডিচেম্বৰ |
কৃষ্ণা পক্ষ , সপ্তমী তিথি, ৰাতি ৮/৮/১৩ মি. পৰা অষ্টমী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৩/২ মি.
সূৰ্য্যোস্থয় = ৪/৩৫/২৪ মি.

জন্মতঃ= সিংহ ৰাশি (ম, ট), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মনুষ্য গন, বায়ু যোগ, গৰুৰ অস্থি | পুৱা ১১/১৪/৪০ মি. পৰা কন্যা ৰাশি (প, ঠ, ষ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ ||

আদ্যঋতু হলে ঃ= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ – বুধ – চন্দ্ৰ ||

ভক্ষ্যাভক্ষ্যঃ= তাল খোৱা নিষেধ , ৰাতি নাৰিকল খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
বৃষ = সামাজিক সন্মান লাভ কৰিব |
মিথুন = মনৰ আশা ভংগ হব পাৰে |
কৰ্কট = শুভ সংবাদ লাভ কৰিব |
সিংহ = ধনৰ আগমন বৃদ্ধি হব |
কন্যা = অপযশ পাব পাৰে, সাৱধান হব |
তুলা = সঞ্চয় বৃদ্ধি হোৱাৰ যোগ আছে |
বৃশ্চিক = আত্মীয়ৰ আগমন ঘটিব |
ধনু = কৰ্মত ন্যাৰ্যপ্ৰাপ্তিৰ লাভ কৰিব |
মকৰ = এলাহ বৃদ্ধি হোৱা দেখা যায় |
কুম্ভ = মনৰ উতসাহ হ্ৰাস হব |
মীন = পুৰনি বন্ধুৰ আগমন ঘটিব |