আজিৰ ৰাশিফল

pc- disha news india

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আঘোণ মাহৰ ৭ তাৰিখ বুধবাৰ , ইংৰাজী ২৪ নৱেম্বৰ |
কৃষ্ণ পক্ষ, পঞ্চমী তিথি ||
* *
সূৰ্য্যোদয় = ৫/৫২/৫২ মি.
সূৰ্য্যোস্থয় = ৪/২৭/৩৯ মি.

জন্মতঃ= মিথুন ৰাশি (ড, হ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, মাহেন্দ্ৰ যোগ, দেৱ গন, বৰাহৰ অস্থি ||

আদ্যঋতু হলে ঃ= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি – দুগ্ধ দান, অধিপতি গ্ৰহ চন্দ্ৰ – বুধ || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= বেল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = স্থান পৰিবৰ্তন হোৱাৰ যোগ আছে |
বৃষ = সামাজিক সন্মান বৃদ্ধি হব |
মিথুন = কাৰ্য্যত সিদ্ধি লাভ কৰিব |
কৰ্কট = প্ৰেমত নিৰাশ হোৱা দেখা যায় |
সিংহ = শুভ সংবাদ লাভ কৰিব |
কন্যা = সমস্যা বৃদ্ধি হোৱাৰ যোগ আছে |
তুলা = পদবীৰ উন্নতি সাধন হব |
বৃশ্চিক = অযথা ব্যয় বৃদ্ধি হব |
ধনু = কৰ্মত কাৰোবাৰ পৰা প্ৰতাৰিত হব পাৰে |
মকৰ = এলাহ বৃদ্ধি হোৱা দেখা যায় |
কুম্ভ = কৰ্মত গুৰুত্বৰ অভাৱ দেখা যায় |
মীন = কাৰ্য্যত সিদ্ধি লাভ কৰিব |