আজিৰ ৰাশিফল

Pc- India Tv News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি কাতি মাহৰ ১০ তাৰিখ বৃহস্পতি বাৰ , ইংৰাজী ২৮ অক্টোবৰ |
কৃষ্ণা পক্ষ, সপ্তমী তিথি, পুৱা ১২/৪৯/৪১ মি. পৰা অষ্টমী তিথি ||
* *
সূৰ্য্যোদয় = ৫/৩৩/৫৪ মি.
সূৰ্য্যোস্থয় = ৪/৪০/৪০ মি.

জন্মতঃ= কৰ্কট ৰাশি (ড, হ) বিপ্ৰ বৰ্ন, বায়ু যোগ, দেৱ গন, বৰাহৰ অস্থি ||

আদ্যঋতু হলে = কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ — বুধ আৰু চন্দ্ৰ || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ তাল খোৱা নিষেধ, দিনৰ ১২/৪৯/৪১ মি. পৰা নাৰিকল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = গৃহত শান্তি বিৰাজ কৰিব |
বৃষ = মনৰ আশা ভংগ হব পাৰে |
মিথুন = মান / যশস্যা বৃদ্ধি হব |
কৰ্কট = ভ্ৰমণত কষ্ট দেখা যায় |
সিংহ = কৰ্মত সফলতা অৰ্জন কৰিব |
কন্যা = সন্মান বৃদ্ধি হোৱা দেখা যায় |
তুলা = নিজৰ দায়িত্ব বৃদ্ধি হব |
বৃশ্চিক = মৰমত সংঘাত বাঢ়িব পাৰে |
ধনু = ঘৰ লৈ আত্মীয়ৰ আগমন ঘটিব |
মকৰ = অপযশ পোৱাৰ যোগ আছে |
কুম্ভ = ধনৰ আগমন বৃদ্ধি হব |
মীন = বন্ধু লাভ কৰিব পাৰিব |