আজিৰ ৰাশিফল

pc India TV News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ৩০ তাৰিখ ৰবিবাৰ , ইংৰাজী ১৭ অক্টোবৰ |
শুক্ল পক্ষ , দ্বাদশী তিথি, ৰাতি ৫/৩৯/২০ মি. পৰা ত্রয়োদশী তিথি |
* *
সূৰ্য্যোদয় = ৫/২৭/১৮ মি.
সূৰ্য্যোস্থয় = ৪/৪৯/২০ মি.

জন্মতঃ= কুম্ভ ৰাশি (গ, স, শ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, অগ্নি যোগ, দেৱাৰি গন, মনুষ্য অস্থি, পুৱা ৯/৫৩/২৯মি. পৰা মনুষ্য গন, মনুষ্য অস্থি ||

আদ্যঋতু হলে = দূৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান অভাৱে জীয়া মাছ দান, অধিপতি গ্ৰহ _ মঙ্গল || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ .পূৰৈ শাক খোৱা নিষেধ , ৰাতি বেঙেনা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্মত পৰিবৰ্তন হোৱা দেখা যায় |
বৃষ = সমস্যা সমাধান কৰিব পাৰিব |
মিথুন = আলহীৰ আগমন ঘটিব |
কৰ্কট = নিজৰ দায়িত্ব বৃদ্ধি হোৱাৰ যোগ |
সিংহ = জ্ঞান লাভ কৰিবলৈ সুযোগ পাব |
কন্যা = হতাশাই আমনি কৰিব |
তুলা = এলাহ বৃদ্ধি হোৱা দেখা যায় |
বৃশ্চিক = ভ্ৰমণ যোগাযোগ লাভ কৰিব |
ধনু = বুদ্ধি ভ্ৰষ্ট হব পাৰে |
মকৰ = মনৰ আশা ভংগ হব |
কুম্ভ = মানসিক দুঃচিন্তা বৃদ্ধি পাব |
মীন = শত্রু নাশ কৰিব পাৰিব |