আজিৰ ৰাশিফল

Pc English Jagaran

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ১৫ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ১ চেপ্তেম্বৰ |
শুক্লা পক্ষ , পঞ্চমী তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= বেল খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = মানসিক শান্তি লভিব |
বৃষ = যাত্রাত জয়ী হব পাৰিব |
মিথুন = নতুন আশাৰ সঞ্চাৰ হব |
কৰ্কট = মান হানিৰ যোগ চলিছে |
সিংহ = কৰ্মত কৃতকাৰ্যতা লাভ কৰিব |
কন্যা = গৃহ অশান্তি বৃদ্ধি হব |
তুলা = ব্যয়বহুল হোৱা দেখা যায় |
বৃশ্চিক = কাৰ্য্য সিদ্ধি লাভ কৰিব |
ধনু = দুঃসংবাদ আহিব পাৰে |
মকৰ = সম্পত্তি লাভৰ যোগ আছে |
কুম্ভ = বিপদ মুক্ত হোৱা দেখা যায় |
মীন = সুসংবাদ লাভ কৰিব |