আজিৰ ৰাশিফল

PC Marca

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি শাওঁন মাহৰ ১৯ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ৫ আগষ্ট |
শুক্ল পক্ষ , অষ্টমী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৫৩/৩২ মি.
সূৰ্য্যোস্থয় = ৬/৪/২২ মি.

ভক্ষ্যাভক্ষ্যঃ= নাৰিকল খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = অযথা ব্যয় হব |
বৃষ = বন্ধু বিচ্ছেদ হব পাৰে |
মিথুন = যশস্যা লাভ কৰিব |
কৰ্কট = প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে |
সিংহ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কন্যা = অধিক ব্যয় হব |
তুলা = কৰ্মত বিজয় লাভ কৰিব |
বৃশ্চিক = সমস্যাৰ সমাধান ঘটিব |
ধনু = ধনৰ আগমন বৃদ্ধি হব |
মকৰ = কৃতকাৰ্যতা লাভ কৰিব |
কুম্ভ = কৰ্মত জটিলতা দেখা যায় |
মীন = মানসিক অশান্তি ভোগ কৰিব |