আজিৰ ৰাশিফল

pc Pan Macmillan

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ২৬ তাৰিখ ৰবিবাৰ , ইংৰাজী ১২ চেপ্তেম্বৰ |
শুক্ল পক্ষ, ষষ্ঠী তিথি , দিবা ৫/২৭/৪৩ মি. পৰা সপ্তমী তিথি ||
**
সূৰ্য্যোদয় = ৫/১১/৫৮ মি.
সূৰ্য্যোস্থয় = ৫/২৭/৪৩ মি.

জন্মত= বৃশ্চিক ৰাশি (ন, য), বৰুণ যোগ, দেৱাৰি গন, বিপ্ৰ বৰ্ন, বাঘৰ অস্থি | পুৱা ৯/৫০/৫৯মি. পৰা দেৱ গন, হৰিণাৰ অস্থি, ||

আদ্যঋতু হলে= বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, ৰাজ হাহঁ দান, অধিপতি গ্ৰহ ৰবি | পুৱা ৯/৫০/৫৯মি. পৰা পতিহীনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা গৰু বা ছাগলী দান, অধিপতি গ্ৰহ শনি || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . তিতা খোৱা নিষেধ , ৰাতি তাল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = আনৰ পৰা সাহাৰ্য্য লাভ কৰিব | বৃষ = সমাজ সেৱাৰ সুবিধা লাভ কৰিব |
মিথুন = কাৰোবাৰ পৰা অপযশ পোৱাৰ যোগ আছে |
কৰ্কট = সমস্যাৰ সমাধান কৰিব পাৰিব |
সিংহ = সামাজিক সন্মান বৃদ্ধি হব |
কন্যা = পৰাজিত হোৱাৰ যোগ আছে |
তুলা = সম্পদ হানি হোৱাৰ সম্ভাৱনা বেছি |
বৃশ্চিক = ধনৰ আগমন বৃদ্ধি হব |
ধনু = সত বন্ধু লাভ কৰিব |
মকৰ = লাহে লাহে কৰ্ম বৃদ্ধি পাব |
কুম্ভ = আত্মীয়ৰ আগমন ঘটিব |
মীন = পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব |