জোনাই সমষ্টিৰ অন্তৰ্গত চিমেনচাপৰি আৰু মাজুলীৰ মাজৰ মাথাউৰীটো পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

pc- Facebook

জোনাই সমষ্টিৰ অন্তৰ্গত চিমেনচাপৰি আৰু মাজুলীৰ মাজৰ মাথাউৰীটো পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

অনলাইন বাৰ্ত্তাসেৱা-  বাজেট অধিবেশনত অসমৰ বান সমস্যা ৰোধ আৰু যাতায়তৰ সুবিধাৰ বাবে প্ৰস্তাৱিত ‘১,০০০ কিলোমিটাৰ মাথাউৰীক পকী পথলৈ উন্নীতকৰণ’ৰ অংশ স্বৰূপে মন্ত্ৰী পীযুষ হাজৰিকাই  জোনাই সমষ্টিৰ অন্তৰ্গত চিমেনচাপৰি আৰু মাজুলীৰ মাজৰ মাথাউৰীটো পকী পথলৈ উন্নীতকৰণৰ বাবে মাথাউৰীটো পৰিদৰ্শন কৰোঁ আৰু এই প্ৰচেষ্টাৰ বাবে প্ৰয়োজন হবলগীয়া যাবতীয় ব্যৱস্থাৱলীৰ বুজ লয়। মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে  বিধায়ক ভুৱন পেগু ডাঙৰীয়া, জিলা প্ৰশাসনৰ বিষয়া সকল আৰু জলসম্পদ বিভাগৰ বিষয়বৰ্গ এই পৰিদৰ্শন কালত উপস্থিত থাকে।