আজিৰ ৰাশিফল

p.c Freepik

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি মাঘ মাহৰ ৫ তাৰিখ বুধবাৰ , ইংৰাজী ১৯ জানুৱাৰী |
কৃষ্ণ পক্ষ, প্ৰতিপদ তিথি, পুৱা ৬/৫৩/১৩ মি. পৰা দ্বিতীয় তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৬/১০ মি.
সূৰ্য্যোস্থয় = ৪/৫২/২২ মি.

জন্মতঃ= কৰ্কট ৰাশি (ড, হ), বিপ্ৰ বৰ্ন, বায়ু যোগ, দেব গন, ছাগ অস্থি ||

আদ্যঋতু হলে ঃ= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ চন্দ্ৰ, বুধ ||

 

ভক্ষ্যাভক্ষ্যঃ= তিতা খোৱা নিষেধ, ||

আজিৰ ৰাশিফলঃ =

মেষ = বিবাদ নিষ্পত্তি কৰিব পাৰিব |
বৃষ = সামাজিক সন্মান বৃদ্ধি হব |
মিথুন = মানসিক ভাৱে কষ্ট ভোগ কৰিব |
কৰ্কট = নতুন যোগাযোগ লাভ কৰিব |
সিংহ = জ্যেষ্ঠ জনৰ পৰা দুঃসংবাদ লাভ কৰিব |
কন্যা = আত্মীয় সুখ লাভ কৰিব |
তুলা = পিতৃ-মাতৃৰ ৰোগ বৃদ্ধি হব পাৰে |
বৃশ্চিক = সম্পদ বৃদ্ধি হোৱা দেখা যায় |
ধনু = কৰ্মত জটিলতা আহিব পাৰে |
মকৰ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কুম্ভ = অযথা ব্যয় বৃদ্ধি হব |
মীন = মনত নতুন আশাৰ সঞ্চাৰ হব |