আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc- Pinkvilla

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ৮ তাৰিখ শনিবাৰ , ইংৰাজী ২৫ চেপ্তেম্বৰ |
কৃষ্ণ পক্ষ , চতুৰ্থী তিথি, পুৱা ১০/৩৬/১১ মি. পৰা পঞ্চমী তিথি ||
**
সূৰ্য্যোদয় = ৫/১৭/১ মি.
সূৰ্য্যোস্থয় = ৫/১২/৩৪ মি.

জন্মত= মেষ ৰাশি (অ, ল), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, হাতীৰ অস্থি, পুৱা ১১ /৩৩/২৪ মি. পৰা দেৱাৰি গন, মেষৰ অস্থি ||

আদ্যঋতু হলে= দুঃশীলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক”লা পাৰ চৰাই দান, অধিপতি গ্ৰহ ৰাহু_কেতু | পুৱা ১১/৩৩/২৪ মি. পৰা পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, ভাল কল দান, অধিপতি গ্ৰহ বৃহস্পতি || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . বেল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = স্থান পৰিবৰ্তন হোৱা দেখা যায় | বৃষ = সন্মান বৃদ্ধি তথা লাভ কৰিব |
মিথুন = কাৰ্য্য সিদ্ধি লাভ কৰিব পাৰিব |
কৰ্কট = প্ৰেমত নিৰাশ হোৱা দেখা যায় |
সিংহ = শুভ সংবাদ লাভ কৰিব |
কন্যা = সমস্যা বৃদ্ধি হব |
তুলা = পদবী লাভ কৰিব পাৰিব |
বৃশ্চিক = অযথা ব্যয় বৃদ্ধি হব |
ধনু = কৰ্মত প্ৰতাৰিত হোৱাৰ যোগ আছে |
মকৰ = এলাহ বৃদ্ধি হব |
কুম্ভ = কৰ্মত গুৰুত্বৰ অভাৱ দেখা যায় |
মীন = কাৰ্য্য সিদ্ধি লাভ কৰিব পাৰিব |