আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc News Next.jpg

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি শাওঁন মাহৰ ১২ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ২৯ জুলাই |
কৃষ্ণপক্ষ, ষষ্ঠী তিথি ||

সূৰ্য্যোদয় = ৪/৫৩/৪৩ মি.
সূৰ্য্যোস্থয় = ৬/৪/৫৬ মি.

জন্মত= মীন ৰাশি (দ, চ), উত্তৰভাদ্ৰপদ নক্ষত্র, বিপ্ৰ বৰ্ন, অগ্নি যোগ, মনুষ্য গন, মনুষ্যৰ অস্থি, | দিবা ২/৩৯/৪০ মি. পৰা দেৱ গন হাতীৰ অস্থি ||

আদ্যঋতু হলে= দূৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ অভাৱে জীয়া মাছ দান, অধিপতি গ্ৰহ মঙ্গল | দিবা ২/৩৯/৩২ মি. পৰা দুঃশীলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক’লা পাৰ চৰাই এজোৰ দান || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . নিমতিতা খোৱা নিষেধ | _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = দ্ৰব্য লাভৰ যোগ আছে | বৃষ = শিল্পীৰ বাবে শুভ দিন |
মিথুন = ধনৰ আগমন বৃদ্ধি ঘটিব |
কৰ্কট = ক্ৰীড়াত শুভ হব |
সিংহ = মনৰ আশা পূৰন হব |
কন্যা = পদবী লাভৰ যোগ আছে |
তুলা = নতুন বন্ধু লাভ কৰিব |
বৃশ্চিক = মান/যশ বৃদ্ধি পাব |
ধনু = ভ্ৰমণত বিঘিনী ঘতিব |
মকৰ = মনত হতাশা আহিব |
কুম্ভ = গৃহ সুখ বৃদ্ধি পাব |
মীন = হঠাৎ প্ৰাপ্তিৰ যোগ আছে |