আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ২৪ তাৰিখ মংগল বাৰ , ইংৰাজী ৮ জুন |
কৃষ্ণপক্ষ, ত্রয়োদশী তিথি, ১১/২৪/৪২ মি. পৰা চতুৰ্দশী তিথি |

সূৰ্য্যোদয় = ৪/৩৪/৩১ মি.
সূৰ্য্যোস্থয় = ৬/১০/৫৮ মি.

জন্মত= মেষ ৰাশি (অ, ল), ক্ষত্রিয় বৰ্ন, মাহেন্দ্ৰ যোগ, কুঞ্জৰ অস্থি, মনুষ্য গন | দিনৰ ১২/২৩/৪৮মি. পৰা বৃষ ৰাশি (ব, ই, উ) = শূদ্ৰ বৰ্ন, মাহেন্দ্ৰ যোগ, দেৱাৰি গন, ছাগলীৰ অস্থি |

আদ্যঋতু হলে= দুঃশীলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক’লা পাৰ চৰাই এজোৰ দান | পুৱা ৫/৩৬/৩৫ মি. পৰা পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, কল দান |

*আজিৰ ৰাশিফলঃ* =

মেষ = মনত হতাশাই বাঁহ লব |
বৃষ = হঠাৎ কৰ্ম ব্যস্ততা বৃদ্ধি পাব |
মিথুন = আপোনাৰ দায়িত্ব বৃদ্ধি পাব |
কৰ্কট = কৰ্ম জটিলতাই মনত আমনি দিব |
সিংহ= অনৰ্থক ব্যয় বৃদ্ধি হব |
কন্যা = মনৰ আশা ভংগ হব |
তুলা = কৃতকাৰ্যতা লাভ কৰাৰ যোগ চলিছে |
বৃশ্চিক = দাম্পত্য সুখে আনন্দিত কৰিব |
ধনু = নতুন বন্ধু লাভ কৰিব |
মকৰ = সম্পদ বৃদ্ধি হব |
কুম্ভ = আত্মগ্লানিয়ে ক্ষতি কৰিব পাৰে |
মীন = মনৰ অভিমান বৃদ্ধি পাব |