আই পি এল ২০২১ ৰ বাকী খিনি ভাৰতত হ’ব নোৱাৰে- সৌৰভ গাংগুলি

বার্তাসেৱা-আয়োজক ভাৰতীয় ক্ৰিকেট বোৰ্ডে কয় যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ছিজনৰ বাকী খিনি দেশৰ বাহিৰত খেলিব লাগিব, যদিও ৩১ খন খেল খেলিবলৈ বাকী  আছে আৰু সেইখেল সমূহৰ বাবে স্লট বিচাৰি পাব পৰা কঠিন হব।আই পি এল ২০২১ ৰ বাকী খিনি ভাৰতত হ’ব নোৱাৰে বুলি সৌৰভ গাংগুলী মন্তব্য কৰে।যোৱা সপ্তাহত কেইবাজনো কৰ্মচাৰীয়ে কৰোনাত আক্ৰাত হোৱা বাবে  আই পি এল অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হৈছে।