অসমত এএফএছপিএ অব্যাহত থাকিব, শান্তি অব্যাহত থাকিলে প্ৰত্যাহাৰ কৰা হ’ব: মুখ্যমন্ত্ৰী

Pc Northeast.Now

অসমত এএফএছপিএ অব্যাহত থাকিব, শান্তি অব্যাহত থাকিলে প্ৰত্যাহাৰ কৰা হ’ব: মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখন সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ৰ অধীনত থাকিব আৰু দীৰ্ঘম্যাদী সময়ৰ বাবে শান্তি বিৰাজ কৰিলেহে ইয়াক প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হ’ব। “যদি উগ্ৰপন্থী সংগঠনবোৰে প্ৰত্যাহাৰ নকৰে আৰু আমি কৰোঁ, তেন্তে সেনাই কোনো অভিযান চলাব নোৱাৰিব,” শৰ্মাই লগতে কয়।