অভিনেত্ৰী সুৰেখা চিক্ৰিৰ হৃদৰোগত মৃত্যু

pc DNA Inda.jpg

অনলা বাৰ্ত্তাসেৱা – ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰী সুৰেখা চিক্ৰীৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ ফলত ৭৫ বছৰ বয়সত মুম্বাইত মৃত্যুবৰণ কৰে। ‘বধাই হো’ আৰু ‘বালিকা বধু’ৰ দৰে টিভিৰ ধাৰাবাহিক অনুষ্ঠানকে ধৰি চলচ্চিত্ৰজগতত অভিনয় কৰা ‘চিক্ৰি’য়ে ২০২০ চনত ব্ৰেইন ষ্ট্ৰোক আৰু ২০১৮ চনৰ আৰম্ভণিতে ‘পেৰালাইটিক ষ্ট্ৰোক’ত ভুগিছিল।

(UD.)