ৰাজস্থানৰ প্ৰথমগাৰাকী ব্যক্তি ডেল্টা প্লাছ কোভিড-১৯ত  আক্ৰান্ত

pc Amar Ujala

কোভিড-১৯ৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হোৱা ৬৫ বছৰীয়া মহিলা, ৰাজস্থানৰ প্ৰথমগাৰাকী ব্যক্তি ডেল্টা প্লাছ কোভিড-১৯ত  আক্ৰান্ত হৈছে। মহিলাগৰাকীৰ ডেল্টা প্লাছৰ নমুনা “ৰাষ্ট্ৰীয় ভাইৰোলজী প্ৰতিষ্ঠান”লৈ জিনোম অনুক্ৰমৰ বাবে প্ৰেৰণ কৰা হৈছিল আৰু শুক্ৰবাৰে তেওঁৰ এই পৰীক্ষাৰ ফলাফল পোৱা গৈছিল। সুত্ৰৰ পৰা জানিব পৰা গৈছে যে তেখেত লক্ষণহীন আছিল আৰু এতিয়া সুস্থ হৈ উঠিছে।