ৰাছিয়াৰ সৈতে বাণিজ্যক লৈ ভাৰতৰ ওপৰত কোনো চাপ নাই: বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়

pc Hindustan Times

ৰাছিয়াৰ সৈতে বাণিজ্যক লৈ ভাৰতৰ ওপৰত কোনো চাপ নাই: বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাছিয়াৰ সৈতে বাণিজ্যৰ ক্ষেত্ৰত পশ্চিমীয়া চাপৰ বিষয়ে সোধাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, “এনে ধৰণৰ কোনো চাপ আছে বুলি নাভাবিব। নিষেধাজ্ঞাৰ কথা চলি আছে কিন্তু ই সমগ্ৰ বাণিজ্যৰ ওপৰত নহয়।” বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লগতে কয়, “আমাৰ লক্ষ্য হৈছে ৰাছিয়াৰ সৈতে আমাৰ প্ৰতিষ্ঠিত অৰ্থনৈতিক সম্পৰ্ক বজাই ৰখা আৰু স্থিৰ কৰা।”