৫ বছৰৰ পিছত ভাৰতৰ পৰা পেট্ৰ’ল নাইকিয়া হ’ব: নীতিন গাডকাৰী

pc mint

৫ বছৰৰ পিছত ভাৰতৰ পৰা পেট্ৰ’ল নাইকিয়া হ’ব: নীতিন গাডকাৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে পাঁচ বছৰৰ পিছত দেশৰ পৰা পেট্ৰ’ল নাইকিয়া হ’ব। তেওঁ লগতে কয়, “আপোনাৰ গাড়ী আৰু স্কুটাৰত হয় সেউজীয়া হাইড্ৰজেন, ইথানল ফ্লেক্স ইন্ধন, চিএনজি বা এলএনজি থাকিব।” ইয়াৰ পূৰ্বে, গাডকাৰীয়ে কৈছিল যে চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ বিকল্প হিচাপে শস্যৰ অৱশিষ্টাংশৰ পৰা উৎপাদিত ইথানলৰ প্ৰচাৰ কৰি আছে।